সেয়ে হাঁহি উঠি গ’ল...

পাউদাৰ গাখীৰৰ চাহ নাখাও বুলি পেছ
পতা দেখি মায়ে ভেকাহি মাৰি ক'লে
.
.
.
.
"যা গৰুৰ গাখীৰ খিৰাই আনি দে। চাহ
বনাই খুৱাম।"
.
.
.
.
.
কথাটো ইগ'ত লাগি যোৱাত ওলাই
গ'লো মগ এটা লৈ। পদুলিমুৰতে গাই
এজনী পাই ধৰি গাখীৰ খিৰাবলে বুলি
বহিলো। অলপ মান খিৰাওতেই
দেখো কিছু দুৰৰ পৰা মনিপুৰি বলদ
এটাই হেম্বেলিয়াই গুজৰি গুমৰি
মোলে বুলি চোচা লৈ আহিছে
, থতমত খাই ভয়তে পলাবলে
লওতেই দেখো; ই কি!
বলদটো দেখোন নিছেই ওচৰ পাই
হাঁহি এটা মাৰি উভতি গুছি গ’ল।
মইটো কনফিউচ হৈ গ’লো। কথটো
ভাবি নাপাই বলদটোক আগচি
ধৰিলো। ধৰি সুধিলো
.
.
.
”হেৰৌ কেছটো কি?’
.
.
.
বলদটোৱে লাজ লাজ কে মিচিকিয়াই
ক’লে
.
.
.
.
.
.
” বেয়া নাপাব দেই। মই মানে দুৰৰ
পৰা আমাৰ এওঁ বুলি ভাবিছিলো।
পিছে ওচৰ পাইহে দেখো শাহু আই। সেয়ে হাঁহি উঠি গ’ল।”
😂 😂 😂 😂 😂
👉2016

Comments

Popular Posts