তিতা কেৰেলাৰ মিঠা আচাৰ

💥💥💥


অসমত নিৰ্বাচনী বতৰ ।।

কেউফালে প্ৰাৰ্থিত্বক লৈ হুলস্থূল !!

দলীয় নেতৃত্বক গালি-গঞ্জনা-ধিক্কাৰ ।।
চলিছে নেতৃত্বৰ জুমুঠি দাহৰ প্ৰতিযোগিতা ।।

ইয়াত ঘৰৰ ভিতৰতে নিশা 10 বজাত টি ভিত বাতৰি চাই চাই গুঁজৰিছে আমাৰ খাটনিয়াৰ দাই !!

খাটনিয়াৰ দা : চাল্লা, নেতৃত্বৰ যে কাম !
অপদাৰ্থ কিছুমানক কিয় টিকট দিয়ে বাৰু !!
আৰে ! মোক দেচোন টিকট; গোটেই অসমখনকে সলাই দিম !!

খাটনিয়াৰ বৌ : হ'ব, হ'ব; অসমখন পিছত সলাব  ।
গধুলি প্ৰেছ ক্লাবৰ পৰা আহি লুঙি বুলি মোৰ পেটিকোটটো যে পিন্ধিলে, সেইটো আগতে সলাই লওক❗❗❗

😩😤😇😜

☞ @hahidotcom

Comments

Popular Posts