Skip to main content

Posts

Featured

ৰচনা

                  শেঙুনৰ ☞ শেঙুন এবিধ অৰ্ধ জুলীয়া পদাৰ্থ ।মানুহৰ চৰ্দি লাগিলে নাকেদি এই পদাৰ্থবিধ বাহিৰলৈ ওলাই আহে । সৰুৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু, বুঢ়া বুঢ়ী সকলোৰেই মাজে মাজে নাকৰ ফুটাই দি এই বস্তুবিধ ওলায় । ☞ সৰু লৰা ছোৱালীয়ে এই পদাৰ্থ বিধ কেতিয়াবা খাই পেলায় বা নিজৰ গাৰ কাপোৰত সানি থয় । সৰু লৰা ছোৱালী বোৰৰ নাকেৰে যেতিয়া এই শেঙুন নামৰ বস্তুটো ওলাই আহি মুখৰ ওচৰ পাইহি তেতিয়া সিহঁতে পুনৰ টানি নাকৰ ভিতৰত ভৰাই থোৱা দেখা যায় । কিছুমানে আকৌ জিভাৰে চেলেকি থকাও দেখিবলৈ পোৱা যায় ৷ ☞ ডেকা গাভৰু সকলে আকৌ ৰুমাল নামৰ এবিধ সৰু কাপোৰত এই পদাৰ্থ বিধ সঞ্চিত কৰি ৰাখে । আনৰ চকুত নপৰাকৈ ৰাখিব পৰাটো এটা ভাল গুণ গাভৰু সকলৰ আছে যদিও মাজে মাজে ধৰা পৰি যায় । ☞ বৃদ্ধ সকলৰ এইবিধ বস্তুৰ প্ৰতি কোনো লাজ বা সংকোচ নাই । তেখেত সকলে অপেনলি এই বস্তুবিধ বাহিৰ কৰি পেলাই দিয়াত কৃপনালি নকৰে । ☞ শেঙুনৰ বিভিন্ন স্তৰ সমূহ :- আৰম্ভণিতে এই পদাৰ্থবিধ সম্পূৰ্ণ জুলীয়া অৱস্থাত থাকে আৰু লাহে লাহে দিন বাগৰাৰ লগে লগে ই গোট মাৰিবলৈ আৰম্ভ কৰে । শেষ পৰ্যায়ত ই গৈ গোট মাৰি নাকৰ ভিতৰত লাগি ধৰে । তেতিয়া ব

Latest posts

সকলোৰে চিৰপৰিচিত পাদ

Bohag Bihu Spcl....

তিতা কেৰেলাৰ মিঠা আচাৰ

সেয়ে হাঁহি উঠি গ’ল...

মাঘ বিহু Special

Braking News

Braking News

হাতীলৈ বিয়া দি.....!!

কচু বেপাৰী আৰু আন্দাৰ পেণ্ট

।। - এজন ব্ৰিলিয়েন্ট ছাত্ৰৰ পৰীক্ষাৰ বহীত উত্তৰ লিখিছে চাওঁক